হেঁচা দে (Assamese) [ Roman: he~.sa de]
    Contributed by: Bikram M Baruah on 2007-06-08
    1. (Verb-Trans.) to force to do something by threatening of dare consequence if not done. নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
    Contributed by: Bikram M Baruah on 2007-06-08
    2. (Verb-Trans.) to apply pressure from two or more sides at the same time কোনো বস্তুত একে সময়তে দুই বা ততোধিক ফালে হাতেৰে বা কোনো সঁজুলিৰে চাপ প্ৰয়োগ কৰা কাৰ্য্য